পোহনীয়া কুকুৰ জীৱাশ্ম কাল: ০.০৩৩–০ নিযুত বছৰ Pleistocene – Recent | |
---|---|
কুকুৰৰ নটা ভিন্ন প্ৰকাৰ | |
সংৰক্ষণ স্থিতি | |
পোহনীয়া
| |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Carnivora |
পৰিয়াল: | Canidae |
গণ: | Canis |
প্ৰজাতি: | C. lupus |
উপপ্ৰজাতি: | C. l. familiaris |
ত্ৰিপদ নাম | |
Canis lupus familiaris | |
সমাৰ্থক | |
Species synonymy
|
পোহনীয়া কুকুৰ (Canis lupus familiaris বা Canis familiaris) হৈছে canid গোটৰ কিছুমান স্তন্যপায়ী প্ৰাণী।
কুকুৰে মানুহৰ বাবে বহু কাম কৰে, যেনে চিকাৰ, herding, বোজা কঢ়িওৱা, সুৰক্ষা প্ৰদান, পুলিচৰ সহায় আৰু মিলিটেৰী সহায়, সংগী, আৰু, একেবাৰে শেহতীয়াকৈ, বিকলাংগ ব্যক্তিৰ সহায় আদি। মানুহৰ সমাজত কুকুৰৰ এনে প্ৰভাৱৰ বাবেই, ইহঁতক "প্ৰভুভক্ত" বুলি কোৱা হয়। কিছুমান সংস্কৃতিত, কুকুৰক মাংসৰ উৎস হিচাপেও ব্যৱহাৰ কৰা হয়।