জেনিফাৰ ল'পেজ

জেনিফাৰ ল'পেজ
জন্ম Jennifer Lynn Lopez
জুলাই ২৪ , ১৯৬৯ (৫৪ বছৰ)
The Bronx, New York, U.S.
বাসগৃহ Los Angeles, California, U.S.
পেচা
  • Actress
  • author
  • dancer
  • fashion designer
  • producer
  • singer
সক্ৰিয় হৈ থকা সময় 1986–present
দাম্পত্যসঙ্গী
  • Ojani Noa (বি. ১৯৯৭৯৮)
  • Cris Judd (বি. ২০০১০৩)
  • Marc Anthony (বি. ২০০৪১৪)
সন্তান 2
আত্মীয়-স্বজন Lynda Lopez (sister)
সাংগীতিক কেৰিয়াৰ
সংগীতৰ প্ৰকাৰ
ৰেকৰ্ড লেবেল
সহযোগী 
ৱেবছাইট
jenniferlopez.com

জেনিফাৰ ল'পেজ (English:Jennifer Lopez) এগৰাকী আমেৰিকান অভিনেত্ৰী,প'প গায়িকা,লেখিকা আৰু ফেছন দিজাইনাৰ। তেওঁৰ জন্ম ১৯৬৯ চনৰ ২৪ জুলাইত The bronx নিউই্য়ৰ্কত হয়। তেওঁক J.Lo নামেৰেও জনা যায়। ২০১৪ চনত তেওঁক billboard music awards এ international icon বটা প্ৰধান কৰে।বৰ্তমানলৈকে তেওৰ বিশ্বজুৰি প্ৰায়ে ৮০ মিলিয়ণ সংগীত ৰেকৰ্ড বিক্ৰী হৈছে। তেওঁৰ দ্বাৰা অভিনিত উল্লেখযোগ্য চিনেমা কেইখনমান হ'ল :Selena,Out of sight,the wedding planner,Andaconda,Shall we dance,an unfinished life,enough,the boy next door ইত্যাদি। জেনিফাৰৰ মিউজিক এলবাম সমুহ হ'ল: On the six,Jlo, rebirth,Love?,brave,A.K.A, তেওঁৰ বিশ্বজুৰি হিট হোৱা অন্যতম একক গীতটি হ'ল অন দ' ফ্লৰ। জেনিফাৰ আমেৰিকান আই'ডল শীৰ্ষক ৰিয়েলিতি ছ' ৰ অন্যতম বিচাৰক। ২০১৪ চনৰ fifa world cup ৰ বাৱে পিটবুল লগত we are one শীৰ্ষক গীতটি পৰিবেশন কৰে। ইয়াৰ উপৰিও তেওঁ আমেৰিকাৰ বহু কেইখন টিভি ছিৰিজ প্ৰয়োজনা কৰিছে।

তথ্য সংগ্ৰহ