থাইলেচিন

থাইলেচিন​
Thylacine
A Tasmanian devil with a white horizontal stripe under its neck, standing in scrub and dead leaves, with its jaw wide open and head tilted slightly upwards
১৯০৬ চনত আমেৰিকাৰ চিৰিয়াখানা এখনত দুটা থাইলেচিন​
সংৰক্ষণ স্থিতি

বিলুপ্ত  (১৯৩৬) (IUCN 3.1)
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: animalia
পৰ্ব: ক’ৰডাটা (Chordata)
শ্ৰেণী: স্তন্যপায়ী (Mammalia)
অনুশ্ৰেণী: মাৰ্চুপিয়েল (Marsupialia)
বৰ্গ: ডেচিউৰ’ম’ৰ্ফিয়া (Dasyuromorphia)
পৰিয়াল: †থাইলেচিনিডায় (Thylacinidae)
গণ: †থাইলেচিনাচ (Thylacinus)
প্ৰজাতি: থাইলেচিনাচ চাইন’চেফালুচ
বৈজ্ঞানিক নাম
Thylacinus cynocephalus
(হেৰিচ, ১৮০৮)
সমাৰ্থক
  • Didelphis cynocephala হেৰিচ, ১৮০৮
  • Dasyurus cynocephalus জেফ্ৰী, ১৮১০

থাইলেচিন​ (ইংৰাজী: Thylacine) আধুনিক যুগৰ জনাৰ ভিতৰত আটাইতকৈ ডাঙৰ মাংসখোৱা মাৰ্চুপিয়েল আছিল। পিঠিত থকা আঁচবোৰৰ বাবে ইয়াক টাস্মানিয়াৰ বাঘ (Tasmanian tiger)-ও বোলা হয়। ইহঁত অষ্ট্ৰেলিয়া দ্বীপ, টাস্মানিয়া দ্বীপ আৰু নিউ গিনি দ্বীপত থাকিছিল। কিন্তু বিছ শতিকাত ইহঁত বিলুপ্ত হৈ গৈছিল। ইহঁত 'থাইলেচিনিডায়' (Thylacinidae) পৰিয়ালৰ শেষ প্ৰজাতি আছিল কাৰণ বাকী গোটেইবিলাক প্ৰজাতি ৫০ লাখমান বছৰ আগতেই বিলুপ্ত হৈ গৈছিল।

তথ্য সংগ্ৰহ

  1. M. McKnight (2008). "Thylacinus cynocephalus". IUCN Red List of Threatened Species. Version 2011.2. International Union for Conservation of Nature. আহৰণ কৰা হৈছে ২৩ জুলাই ২০১০