শিয়াল | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordate |
শ্ৰেণী: | স্তন্যপায়ী |
বৰ্গ: | Carnivora |
পৰিয়াল: | Canidae |
গণ: | Canis |
প্ৰজাতি: | C. aureus |
বৈজ্ঞানিক নাম | |
Canis aureus Linnaeus, 1758 |
শিয়াল (ইংৰাজী: Golden Jackal) এবিধ বিলুপ্তপ্ৰায় প্ৰাণী। ইয়াক common jackal, Asiatic jackal, gold-wolf আদি নামেৰেও জনা যায়। শিয়ালৰ বৈজ্ঞানিক নাম হৈছে Canis Aureus। ই দেখাত কুকুৰৰ দৰে (বৰ্ণ Canis) এবিধ স্তন্যপায়ী স্থলচৰ প্ৰাণী। শিয়াল মূলতঃ উত্তৰ আৰু উত্তৰ-পূৱ আফ্ৰিকা, দক্ষিণ-পূব আৰু মধ্য ইউৰোপ, পূৱ-মধ্য আৰু দক্ষিণ-পূৱ এছিয়াত পোৱা যায় ।
ৱিকিমিডিয়া কমন্সত শিয়াল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |