সংস্কৃত ৱিকিপিডিয়া

Favicon of Wikipedia সংস্কৃত ৱিকিপিডিয়া
soft2i
ইউ আৰ এল sa.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বাণিজ্যক নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা সংস্কৃত ভাষা es-us
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

সংস্কৃত ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ সংস্কৃত সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১২,১৬৭ প্ৰবন্ধ আছে।

পৰিসংখ্যা

২০২৪ চনত সংস্কৃত ৱিকিপিডিয়াৰ ১২,১৬৭ টা প্ৰবন্ধ, ৪০,০০০ গৰাকী সম্পাদক, ৩ গৰাকী প্ৰশাসক আৰু ৪৪৫ টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৪,৮৫,০৯৩।

বাহ্যিক সংযোগ

সংস্কৃত ৱিকিপিডিয়া

তথ্য সংগ্ৰহ