হেপা

হেপা বা হাপা(ইংৰাজী: Jungle cat, বৈজ্ঞানিক নাম Felis chaus) এবিধ বনৰীয়া মেকুৰী।ইয়াক ককেছাচ অঞ্চল, দক্ষিণত, মধ‍্য প্ৰাচ‍্য, দক্ষিণ আৰু দক্ষিণ পূব এছিয়াত পোৱা যায়।

হেপা
হেপা
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: carnivora
পৰিয়াল: Felidae
গণ: Felis
প্ৰজাতি: chaus
Map of the Eastern Hemisphere showing highlighted range covering portions of southern Asia
Distribution of the jungle cat in 2016

তথ্য সংগ্ৰহ

  1. চন্দ্ৰকান্ত অভিধান (৩য় সম্পাদনা). গুৱাহাটী বিশ্ববিদ্যালয়. ২০০৬. পৃষ্ঠা. , ৮৪৫. 
  2. 2.0 2.1 Gray, T.N.E.; Timmins, R.J.; Jathana, D.; Duckworth, J.W.; Baral, H.; Mukherjee, S. (2016). Felis chaus. p. e.T8540A200639312. doi:10.2305/IUCN.UK.2021-2.RLTS.T8540A200639312.en.