মাহ


মাহ হ’ল সময় গণনা কৰাৰ এটা একক, যি পঞ্জিকাত ব্যৱহাৰ কৰা হয়। সাধাৰণতে চন্দ্ৰৰ এটা পূৰ্ণ পৰিক্ৰমন কালৰ সৈতে ইয়াৰ সম্পৰ্ক আছে।

আঙুলিৰ গাঠিৰ ওপৰত মাহ গণনা কৰাৰ এক জনপ্ৰিয় পদ্ধতি য’ত গাঠিৰ ওখ অংশ ৩১ দিন, আঙুলিৰ মাজৰ দ অংশ (নীলা): ৩০ দিন আৰু ফেব্ৰুৱাৰী (ৰঙা) ২৮ অথবা ২৯ দিন হয়।

অসমীয়া বৰ্ষপঞ্জি

অসমীয়া বৰ্ষপঞ্জিৰ বৰ্তমান মাহটো:

০১
15
০২
16
০৩
17
০৪
18
০৫
19
০৬
20
০৭
21
০৮
22
০৯
23
১০
24
১১
25
১২
26
১৩
27
১৪
28
১৫
29
১৬
30
১৭
31
১৮
01
১৯
02
২০
03
২১
04
২২
05
২৩
06
২৪
07
২৫
08
২৬
09
২৭
10
২৮
11
২৯
12
৩০
13
১৪২৬ ভাস্কৰাব্দ

অসমীয়া বৰ্ষপঞ্জিৰ বিভিন্ন মাহৰ নামবোৰ একাদিক্ৰমে লিখা হ’ল:

# বৰ্ণানুক্ৰম চলিত ইংৰাজী মাহ
ব'হাগ এপ্ৰিল- মে
জেঠ মে- জুন
আহাৰ জুন- জুলাই
শাওণ জুলাই- আগষ্ট
ভাদ আগষ্ট - ছেপ্টেম্বৰ
আহিন ছেপ্টেম্বৰ - অক্টোবৰ
কাতি অক্টোবৰ - নৱেম্বৰ
আঘোণ নৱেম্বৰ - ডিচেম্বৰ
পুহ ডিচেম্বৰ - জানুৱাৰী
১০ মাঘ জানুৱাৰী - ফেব্ৰুৱাৰী
১১ ফাগুন ফেব্ৰুৱাৰী - মাৰ্চ
১২ চ’ত

মাৰ্চ- এপ্ৰিল

আহোম বৰ্ষপঞ্জি

আহোম বৰ্ষপঞ্জিত মাহ সমূহক ডু'ন বুলি কোৱা হয়। লাক-নি প্ৰথাত মুঠ ১২টা মাহ থাকে।টাই আহোম নববৰ্ষৰ প্ৰথমটো মাহৰ নাম ডু'ন-চিঙ। এই মাহ ইংৰাজী নৱেম্বৰ-ডিচেম্বৰ মাহত পৰে।

ক্ৰমিক অসমীয়া লিপিত টাই-আহোম লিপিত ইংৰাজী মাহ
ডু'ন-চিঙ 𑜓𑜢𑜤𑜃𑜫 𑜋𑜢𑜂𑜫 নৱেম্বৰ-ডিচেম্বৰ
ডু'ন-কাম 𑜓𑜢𑜤𑜃𑜫 𑜀𑜪 ডিচেম্বৰ-জানুৱাৰী
ডু'ন-ছাম 𑜓𑜢𑜤𑜃𑜫 𑜏𑜪 জানুৱাৰী-ফেব্ৰুৱাৰী
ডু'ন-ছি 𑜓𑜢𑜤𑜃𑜫 𑜏𑜢 ফেব্ৰুৱাৰী-মাৰ্চ
ডু'ন-হা 𑜓𑜢𑜤𑜃𑜫 𑜑𑜡 মাৰ্চ-এপ্ৰিল
ডু'ন-ৰুক 𑜓𑜢𑜤𑜃𑜫 𑜍𑜤𑜀𑜫 এপ্ৰিল-মে'
ডু'ন-চিত 𑜓𑜢𑜤𑜃𑜫 𑜋𑜢𑜄𑜫 মে'-জুন
ডু'ন-পেট 𑜓𑜢𑜤𑜃𑜫 𑜆𑜢𑜤𑜄𑜫 জুন-জুলাই
ডু'ন-কাও 𑜓𑜢𑜤𑜃𑜫 𑜀𑜰𑜫 জুলাই-আগষ্ট
১০ ডু'ন-ছিপ 𑜓𑜢𑜤𑜃𑜫 𑜏𑜢𑜆𑜫 আগষ্ট-ছেপ্টেম্বৰ
১১ ডু'ন-ছিপ-ইট 𑜓𑜢𑜤𑜃𑜫 𑜏𑜢𑜆𑜫 𑜒𑜪𑜄𑜫 ছেপ্টেম্বৰ-অক্টোবৰ
১২ ডু'ন-ছিপ-ছং 𑜓𑜢𑜤𑜃𑜫 𑜏𑜢𑜆𑜫 𑜁 অক্টোবৰ-নবেম্বৰ

ইছলামিক বৰ্ষপঞ্জি

ইছলামিক বৰ্ষপঞ্জিৰ বিভিন্ন মাহৰ নামবোৰ একাদিক্ৰমে লিখা হ’ল :

# বৰ্ণানুক্ৰম দিন আৰবী
মুহৰম ৩০ দিন محرّم
সফৰ ২৯ দিন صفر
ৰবিউল আউয়াল ৩০ দিন ربيع الأول
ৰবিউস সানি ২৯ দিন ربيع الآخر أو ربيع الثاني
জমাদিউল আউয়াল ৩০ দিন جمادى الأول
জমাদিউস সানি ২৯ দিন جمادى الآخر أو جمادى الثاني
ৰজব ৩০ দিন رجب
শা'বান ২৯ দিন شعبان
ৰমজান ৩০ দিন رمضان
১০ শাওয়াল ২৯ দিন شوّال
১১ জ্বিলকদ ৩০ দিন ذو القعدة
১২ জ্বিলহজ্জ ২৯ দিন অথবা ৩০ দিন ذو الحجة

জুলিয়ান আৰু গ্ৰেগৰিয়ান বৰ্ষপঞ্জি

# বৰ্ণানুক্ৰম দিন
জানুৱাৰী ৩১ দিন
ফেব্ৰুৱাৰী ২৮ দিন, ২৯ দিন লিপ ইয়েৰ
মাৰ্চ ৩১ দিন
এপ্ৰিল ৩০ দিন
মে' ৩১ দিন
জুন ৩০ দিন
জুলাই ৩১ দিন
আগষ্ট ৩১ দিন
ছেপ্টেম্বৰ ৩০ দিন
১০ অক্টোবৰ ৩১ দিন
১১ নৱেম্বৰ ৩০ দিন
১২ ডিছেম্বৰ ৩১ দিন

বঙালী/হিন্দু বৰ্ষপঞ্জি

বাংলা বৰ্ষপঞ্জিৰ বিভিন্ন মাহৰ নামবোৰ একাদিক্ৰমে লিখা হ’ল :

# বৰ্ণানুক্ৰম দিন
বৈশাখ ৩০ দিন
জ্যৈষ্ঠ ৩১ দিন
আষাঢ় ৩১ দিন
শ্ৰাবণ ৩১ দিন
ভাদ্ৰ ৩১ দিন
আশ্বিন ৩০ দিন
কাৰ্তিক ২৯ দিন
অগ্ৰহায়ণ ২৯ দিন
পৌষ ২৯ দিন
১০ মাঘ ২৯ দিন
১১ ফাল্গুন ২৯ দিন
১২ চৈত্ৰ ৩০ দিন

তামিলসকলৰ মাহবোৰ

তামিল বৰ্ষপঞ্জিৰ বিভিন্ন মাহৰ নামবোৰ একাদিক্ৰমে লিখা হ’ল :

# বৰ্ণানুক্ৰম
চিতিৰাই
ভাইকাচি
আনি়
আদি
আভানি
পুৰৰাথিচি
আইয়পাচি
কাৰথিগাই
মাৰগাযহি
১০ থাই
১১ মাচি
১২ পাঙ্গুনি

সিংহলি বৰ্ষপঞ্জি

সিংহলি বৰ্ষপঞ্জিৰ শ্ৰীলঙ্কাত প্ৰচলিত। সিংহলি বৰ্ষপঞ্জিৰ বিভিন্ন মাহৰ নামবোৰ একাদিক্ৰমে লিখা হ’ল :

# বৰ্ণানুক্ৰম
ভেসাক
পসন
এসাল
নিকিন
বিনাৰ
ভাপ
ইল
অন্দুভাপ
দুৰুথ
১০ নাভাম
১১ মেদিন
১২ বাক

তথ্য সূত্ৰ

উৎস প্ৰসংগ

  1. Phukan Baruah, B. N.N. (1964). Ahom lexicon. The government of Assam in the department of historical and antiquarian studies. https://books.google.co.in/books/about/Ahom_Lexicons.html?id=MfqkboCUdzwC&redir_esc=y.